- স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
- কোৰোনাত আক্ৰান্ত লোকৰ ভিতৰত আৰোগ্যৰ ক্ষেত্ৰত অসম আছে দেশৰ তৃতীয় শীৰ্ষ ৰাজ্যৰ স্থানত।
- গুজৰাটৰ পিছতে আছে অসম।
- অসমত আৰোগ্যৰ শতাংশ ৬১।
- ৰাজ্যত এতিয়ালৈকে কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৫৮৬।
- সুস্থ হৈ ঘৰলৈ ঘূৰিছে ৩,৫২১ গৰাকী।
- আজি এতিয়ালৈকে এজনো লোক কোৰোনাত আক্ৰান্ত হোৱা নাই।
- দেওবাৰে ৩৩১ জন লোক অসমত কোৰোনাত আক্ৰান্ত হয়।
- অসমত এই পৰ্যন্ত ১০ জন লোকৰ মৃত্যু হৈছে।