শিরোনাম
বৃহঃ. ফেব্রু ১৯, ২০২৬

ৰাজ্যত পুনৰ ১০০১জনৰ দেহত কোভিড-১৯ পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৭,৮০৭জনলৈ বৃদ্ধি

ৰাজ্যত পুনৰ ১০০১জনৰ দেহত কোভিড-১৯ পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৭,৮০৭ জনলৈ বৃদ্বি পেয়েছে।

:হাইলাইটস:

  • ৰাজ্যত এদিনতে ১০০১জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ।
  • ইয়াৰে ৫১৩জন গুৱাহাটী মহানগৰীৰ।
  • ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৭,৮০৭জনলৈ বৃদ্ধি পাইছে।
  • ইয়াৰে সুস্থ হৈ উঠিছে ১১৪১৬জন লোক।
  • ইফালে, চিকিৎসাধীন হৈ আছে ৬৩৪৮জন ৰোগী।

সম্পর্কিত পোস্ট

Leave a Reply

Your email address will not be published. Required fields are marked *