শিরোনাম
শনি. জানু ৩, ২০২৬

ৰাজ্যত পুনৰ ১০১৮জন আক্ৰান্ত কোভিড-১৯ত

ৰাজ্যত পুনৰ ১০১৮জন আক্ৰান্ত কোভিড-১৯ত…

  • অসমত দেওবাৰে ১০১৮জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।
  • ইয়াৰে ৫৭৭জন গুৱাহাটী মহানগৰীৰ।
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৩৯৯৯জনলৈ বৃদ্ধি।
  • ইফালে, দেওবাৰে ৰাজ্যত ৮৫৮জন লোক সুস্থ হৈ ঘৰলৈ উভতে।
  • ৰাজ্যত বৰ্তমানলৈ ১৬০২৩জন লোক সুস্থ হৈছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ৭৯১৬জন লোক।

সম্পর্কিত পোস্ট

Leave a Reply

Your email address will not be published. Required fields are marked *