শিরোনাম
শনি. জানু ৩, ২০২৬

ৰাজ্যত পুনৰ ১১৩০ জনৰ দেহত কোভিড-১৯

  • ৰাজ্যত পুনৰ সহস্ৰাধিক লোক আক্ৰান্ত কোভিড-১৯ত।
  • শুকুৰবাৰে অসমত ১১৩০জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৪১৭জন গুৱাহাটীৰ আৰু ১০৪জন কাছাৰৰ।
  • অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৯৯২১জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, সুস্থ হৈ উঠিছে ২০,৬৯৯জন লোক।
  • আনহাতে, বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৯১৪৩জন ৰোগী।
  • উল্লেখ্য যে, এই ভাইৰাছত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৬জনলৈ পাইছে বৃদ্ধি।

সম্পর্কিত পোস্ট

Leave a Reply

Your email address will not be published. Required fields are marked *