শিরোনাম
শনি. জানু ৩, ২০২৬

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
  • কোৰোনাত আক্ৰান্ত লোকৰ ভিতৰত আৰোগ্যৰ ক্ষেত্ৰত অসম আছে দেশৰ তৃতীয় শীৰ্ষ ৰাজ্যৰ স্থানত।
  • গুজৰাটৰ পিছতে আছে অসম।
  • অসমত আৰোগ্যৰ শতাংশ ৬১।
  • ৰাজ্যত এতিয়ালৈকে কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৫৮৬।
  • সুস্থ হৈ ঘৰলৈ ঘূৰিছে ৩,৫২১ গৰাকী।
  • আজি এতিয়ালৈকে এজনো লোক কোৰোনাত আক্ৰান্ত হোৱা নাই।
  • দেওবাৰে ৩৩১ জন লোক অসমত কোৰোনাত আক্ৰান্ত হয়।
  • অসমত এই পৰ্যন্ত ১০ জন লোকৰ মৃত্যু হৈছে।

সম্পর্কিত পোস্ট

Leave a Reply

Your email address will not be published. Required fields are marked *